আমালৈ লিখক ঃ
আপোনালোকে যদি আপোনালোকৰ লিখনি, কৌতুক, সাথঁৰ অনুভৱ, story, poem, Positive Thinking, Self Confidence, Personal Development বা Motivation , Health ৰ সৈতে সম্পৰ্কিত লিখনি আমাৰ ৱেবচাইটত পোষ্ট কৰিব বিচাৰে তেনেহলে তলৰ বক্সত পেষ্ট কৰক আৰু publish কৰক।
চৰ্তাৱলী-
- লেখক লেখিকাৰ নাম আৰু ঠিকনা দিয়াটোবাঞ্ছনীয়।
- লেখাত সন্নিবিষ্ট হোৱা তথ্য বা ব্যৱহৃত শব্দত থাকিব পৰা ভুলৰ বাবে প্ৰকাশক দায়ী নহয়।
- যিকোনো ধৰণৰ কাৰিকৰী অসুবিধাৰ বাবে হোৱাভূলবোৰ ক্ষমা কৰি আঙুলিয়াই দিয়ে যেন।