হেকাৰে গুগলত সলনি কৰি পেলালে জুবিন গাৰ্গৰ নাম ।
কণ্ঠশিল্পী জুবিন গাৰ্গৰ নাম গুগলত অনুসন্ধান কৰিলে দেখুাই হেকাৰে মহম্মদ জিহাদ হুছেইন মুন্না (Md.jihad Hussain munna)। একাংশৰ মতে এয়া কোনো হেকাৰৰ কাম। হেকাৰে গুগলত সলনি কৰি পেলালে কণ্ঠশিল্পী জুবিন গাৰ্গৰ নাম। গুগলত জুবিন গাৰ্গৰ সম্পূৰ্ণ নামটো হেকাৰে কৰি পেলালে মহম্মদ জিহাদ হুছেইন মুন্না (Md.jihad Hussain munna)। গুগলত কণ্ঠশিল্পী অসমৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ সম্পূৰ্ণ নামটো (Zubeen garg full name) অনুসন্ধান কৰিলে আহে মহম্মদ জিহাদ হুছেইন মুন্না নামটো।
একাংশৰ সন্দেহ এয়া সাম্প্ৰদায়িক বিষবাষ্প বিয়োপৱাৰ ষড়যন্ত্ৰ দুষ্ট চক্ৰৰ ।
ঘটনাটোক লৈ জুবিন গাৰ্গৰ অনুৰাগী সকলৰ মাজতো আলোচনাই স্থান পাইছে।
হেকাৰে গুগলত জুবিন গাৰ্গৰ about section টো নামটো সলনি কৰি মহম্মদ জিহাদ হুছেইন মুন্না (MD.jihad hussain Munna ) কৰি দিছে। ইতিমধ্যে কিছুসংখ্যক অনুৰাগীয়ে নামটো শুদ্ধ কৰোৱাৰ বাবে google ত Feedback দিয়া বুলি জনাইছে।



0 Comments