Top 10 Fastest Fish in the world : পৃথিৱীৰ সৱাতোকৈ বেগী দহবিধ মাছ
Top 10 Fastest Fish in the world : পৃথিৱীৰ সৱাতোকৈ বেগী মাছ কেইবিধৰ নাম আৰু সিহঁতে প্ৰতি
ঘণ্টাত কিমান বেগেৰে যাব পাৰে আপুনি বাৰু জানেনে? আমি আজি পৃথিৱীৰ সৱাতোকৈ বেগী
মাছ দহবিধৰ নাম আৰু সিহঁতৰ বেগৰ বিষয়ে জানো আহক।
পৃথিৱীৰ সৱাতোকৈ বেগী মাছ দহবিধৰ নাম আৰু সিহঁতৰ বেগ
পৃথিৱীৰ সৱাতোকৈ বেগী মাছ দহবিধৰ নাম আৰু সিহঁতৰ বেগ |
||
ক্ৰমিক নং
|
মাছৰ নাম
|
বেগ (কিলোমিটাৰ/ঘণ্টা)
|
১
|
ছেইলফিছ (Sailfish)
|
১১০
|
২
|
মাৰ্লিন (Marlin)
|
৮০
|
৩
|
ৱাহু (Wahoo)
|
৭৮
|
৪
|
টুন্নী (Tunny)
|
৭৪
|
৫
|
নীলা টুনা (Atlantic blue tuna)
|
৭০
|
৬
|
গ্ৰেট ব্লু ছাৰ্ক (Blue shark)
|
৬৯
|
৭
|
ব’নফিছ (Bonefish)
|
৬৪
|
৮
|
স্বৰ্ডফিছ (Swordfish)
|
৬৪
|
৯
|
ফ্লায়িং ফিছ(Flying fish)
|
৫৬
|
১০
|
টাৰ্পন (Tarpon)
|
৫৬
|
আপোনালোকে যদি আপোনালোকৰ লিখনি, কৌতুক, সাথঁৰ অনুভৱ, story, poem, Positive Thinking, Self Confidence, Personal Development বা Motivation , Health ৰ সৈতে সম্পৰ্কিত লিখনি আমাৰ ৱেবচাইটত পোষ্ট কৰিব বিচাৰে তেন্তে তলৰ Click Here ত ক্লিক কৰক-

0 Comments